১/ কবিতাৰ জন্ম এনেকৈ মাটিত লাগি থকা ভিছা সৰাপাত এখিলাৰ শীতল ছায়াত এটা বীজৰ কোমল ছাল ফুটি কবিতাবোৰৰ জন্ম হৈছিলএনেকৈ গেছ বেলুন এটাই উৰি উৰি গৈ হেৰাই যোৱা মহাশূণ্যৰ গহ্বৰত ভৰহীন নৈশব্দৰমাজতৰাতিৰ তৰাক নিচুকাই থাকিবলৈ কবিতাবোৰৰ জন্ম হৈছিলএনেকৈ মৃত মানুহৰ দুচকুত বগাই ফুৰা সেউজীয়া লতা এডালক বিশ্বাস...