১/ কবিতাৰ জন্ম এনেকৈ মাটিত লাগি থকা ভিছা সৰাপাত এখিলাৰ শীতল ছায়াত এটা বীজৰ কোমল ছাল ফুটি কবিতাবোৰৰ জন্ম হৈছিলএনেকৈ গেছ বেলুন এটাই উৰি উৰি গৈ হেৰাই যোৱা মহাশূণ্যৰ গহ্বৰত ভৰহীন নৈশব্দৰমাজতৰাতিৰ তৰাক নিচুকাই থাকিবলৈ কবিতাবোৰৰ জন্ম হৈছিলএনেকৈ মৃত মানুহৰ দুচকুত বগাই ফুৰা সেউজীয়া লতা এডালক বিশ্বাস...
11.18.2021
10.01.2021
GU MERIT LIST 2021 Check your results
Merit list of Gauhati University is now live You Can Check the merit list by visiting their website https://admissions.gauhati.ac.in/rank or simply see the results in our site, which is given below according to your subject-1. Anthropology2. Assamese Merit List3. Arabic4. Bengali5.Bodo6. Chemistry7. Geology8. History9. ZoologyCheck GU PG merit...
9.25.2021
Cotton University Merit List UG PG 2021 PDF Download
Cotton University Merit List Cotton was established in 1901 by Sir Henry Stedman Cotton, the Chief Commissioner of the erstwhile British province of Assam. It had been the oldest institute of higher education in Assam, and the whole Northeast India.It became the constituent college of Gauhati University...
অংকুৰ ৰঞ্জন ফুকনৰ কেইটামান কবিতা Poems by Ankur Ranjan Phukon
সন্ধিলগ্নহালধীয়া হৈ পৰিছে পৰ্দাজপাই থ ঘুণে ধৰা দৰ্জা ফুকুয়ামা/১যি ঘটি গ'ল সি আকৌ ঘটেনে ? ঘটি যোৱাখিনি ইতিহাসনে ঘটাৰ পাছত ৰৈ যোৱা প্ৰমান---অনুমানৰ দ্বন্দ্বখিনি ভাব-চাঙৰ এটা শুকান মাছে সোধে ।ফুকুয়ামা/২বিচনাৰ তলত শিল দুটা ঘঁহাইছোঁ পোহৰ ---তাপৰ বাবে নহয়এইটোহে চাবলৈ...