কিতাপৰ বিৱৰণ কিতাপৰ নাম - মামৰে ধৰা তৰোৱাল লেখক - মামণি ৰয়ছম গোস্বামীপ্ৰকাশ কাল - ১৯৮০ প্ৰকাশক - চন্দ্ৰ প্ৰকাশ ডাউনলোড কৰক(14.2MB)কিতাপখন আপুনি তলত দিয়া লিংকত গৈ কিনিব পাৰে https://www.amazon.in/Mamare-Dhara-Tarowal-Dukhan-Upanyashttps://www.scientiabooks.in/product/mamare-dhara-tarowal-aru-dukhan-upanyas
...
12.20.2020
11.19.2020
হেমাংগ কুমাৰ দত্তৰ কেইটামান কবিতা
ৰাতিৰ কবিতা 'এন্ধাৰে আৱৰা দিনতো গোৱা হ'বনে গান ?নিশ্চয়,গোৱা হ'ব এন্ধাৰে আৱৰা দিনৰে গান ।' - বাৰ্ট'ল্ট ব্ৰেখট ...
10.20.2020
সনন্ত তাঁতিৰ কবিতা Poems By Sananta Tanty
সনন্ত তাঁতিৰ কেইটিমান জনপ্ৰিয় কবিতা১) কাইলৈৰ দিনটো আমাৰ হ'ব কাইলৈৰ দিনটো দিনটো আমাৰ হ'ব কাইলৈৰ দিনটো সম্পূৰ্ণ আমাৰ হ'ব দুখত ভাঁহিছোঁ আমি আজি দগ্ধ হৈছো যন্ত্ৰনাত আমি আজি অপমানিত হৈ মাটিত মিহলি গৈছো আমি আজিআমাক সুখৰ পৰা আঁতৰাই থৈ আমাৰ সৌভাগ্যৰ চাকি নুমুৱাই দিছেস্বেচ্ছাচাৰী...
10.16.2020
নীলিম কুমাৰৰ দুটা কবিতা Two Poems by Nilim Kumar
১/ৰুবী গুপ্তা জালিয়ানৱালাবাগৰ হত্যাকাণ্ড যিদিনা সংঘটিত হৈছিলসেইদিনা ৰুবী গুপ্তাৰ অন্তৰ্বাস শুকোৱা নাছিল ।পকী ছাদৰ ওপৰৰ ৰ'দৰ তাঁৰত মেলি দিয়া কাপোৰবোৰ চপাই আনোতে ৰুবী গুপ্তাই সেইদিনাও লক্ষ্য কৰিছিল যে সকলো কাপোৰ শুকাইছে মাথোঁ অন্তৰ্বাস শুকোৱা নাই ।তেওঁ শিয়ৰি উঠিছিল-যিদিনাই...
10.15.2020
নতুন অসমীয়া কবিতা Read New Assamese Poem
নমস্কাৰ, আজি আপোনালোকৰ বাবে আগঢ়াইছো দুগৰাকী নতুন কবিৰ কবিতা । ১/দেউতা~দেউতা এনে এজন মানুহ, যি মোক হাঁহিবৰ বাবে নিজৰ দুখবোৰলুকুৱাই ৰাখে। দেউতা এনে এজন মানুহ, যিজন মোৰ প্ৰথম আৰু প্ৰিয় নায়ক। দেউতা এনে এজন মানুহ, যিজনৰ দুচকুত মোৰ সফলতাৰ সুখৰচকুলো বিৰিঙে। দেউতা...
10.13.2020
Ashanta Electron(অশান্ত ইলেক্ট্ৰন) Assamese Short Story by Saurav Kumar Chaliha
অশান্ত ইলেকট্ৰনলেখক - সৌৰভ কুমাৰ চলিহাৰাতিপুৱা ৰবীন্দ্ৰ-সংগীতৰ সুৰত নিখিলৰ টোপনি ভাগিল৷ এটি আগেয়ে নুশুনা গান৷ কাণ দুখন অলপ সজাগ কৰি তাৰ কথাবোৰ বুজিবৰ সি এবাৰ ব্যৰ্থ চেষ্টা কৰিলে৷ চকু মেলি সি দেখিলে কোঠাত তাৰ স্বছ পোহৰ৷ খিৰিকিৰ ফুটাৰ ভিতৰেৰে বাহিৰৰ সূৰ্য্য-ৰশ্মি ভিতৰলৈ এটা সৰু ৰেখাৰে সোমাই আহিছে,...
10.12.2020
Prithivir Oxukh ( পৃথিৱীৰ অসুখ ) - An Academy Award Winning Assamese Short Story Collection By Jogesh Das
Book Description Name - Prithivir Oxukh ( পৃথিৱীৰ অসুখ )Author - Jogesh DasCategory - Short StoriesFormat - PDFSize - 15.6 MBPreview-এইবাৰ আপোনালোকলৈ আগবঢ়াইছো যোগেশ দাসৰ সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত গল্পসংকলন "পৃথিৱীৰ অসুখ" । ১৬ টা গল্পৰে সমৃদ্ধ এই গ্ৰন্থখনৰ বাবে তেখেতে ১৯৮০ চনৰ সাহিত্য...