//Skip to content
সৃষ্টি ওলোটাৰ কথা
কবি- অজিৎ বৰুৱা
স্তব্ধ পানীত ফুলা সৰিয়হ ডৰা। চাওঁগৈ বলা । হালধীয়া ফাকু । জাফৰান আৰু নৰা জাংফাই ঘেঁহুৰ পথাৰ ।
তেনেতে সৃষ্টি উলটিল । সোণাৰুৰ কেৰুৰ ফালে তেতিয়া মোৰ চকু ৰ তেতিয়া সৃষ্টি উলটিল ।
আঃ আহাৰ মাহৰ হালধীয়া বৰষুণ ! মই হ'লো পাট-মাদৈ । চৰাই হালধীয়া পাখিও ধুনীয়া আৰু মগৰ তোলা কাঢ়নী হৈ মেঘৰ মাজেদি উৰি গ'লোঁ বাঢ়নী পানীৰ প্ৰতিধ্বনি হৈ । "চাওঁ গৈ ব'লা", "চাওঁ গৈ ব'লাঁ" সেয়া ! কৈছে যে । সেইজনীয়েই আছিল কেতেকী এতিয়া ছোৱালী হ'ল
"অ' এক্কণমানি ছোৱালীকণ তোৰ এনে মনমোহিনী মাত মলয়াৰহে যেন ছাট্"
0 Comments:
Post a Comment
আপোনাৰ মন্তব্য দিয়ক