10.20.2020

সনন্ত তাঁতিৰ কবিতা Poems By Sananta Tanty

সনন্ত তাঁতিৰ কেইটিমান জনপ্ৰিয় কবিতা১) কাইলৈৰ দিনটো আমাৰ হ'ব কাইলৈৰ দিনটো দিনটো আমাৰ হ'ব কাইলৈৰ দিনটো সম্পূৰ্ণ আমাৰ হ'ব দুখত ভাঁহিছোঁ  আমি আজি দগ্ধ হৈছো যন্ত্ৰনাত আমি আজি অপমানিত হৈ মাটিত মিহলি গৈছো আমি আজিআমাক সুখৰ পৰা আঁতৰাই থৈ আমাৰ সৌভাগ্যৰ চাকি নুমুৱাই দিছেস্বেচ্ছাচাৰী...
Share:

10.16.2020

নীলিম কুমাৰৰ দুটা কবিতা Two Poems by Nilim Kumar

 ১/ৰুবী গুপ্তা জালিয়ানৱালাবাগৰ হত্যাকাণ্ড যিদিনা সংঘটিত হৈছিলসেইদিনা ৰুবী গুপ্তাৰ অন্তৰ্বাস শুকোৱা নাছিল ।পকী ছাদৰ ওপৰৰ ৰ'দৰ তাঁৰত মেলি দিয়া কাপোৰবোৰ চপাই আনোতে ৰুবী গুপ্তাই সেইদিনাও লক্ষ্য কৰিছিল যে সকলো কাপোৰ শুকাইছে মাথোঁ অন্তৰ্বাস শুকোৱা নাই ।তেওঁ শিয়ৰি উঠিছিল-যিদিনাই...
Share:

10.15.2020

নতুন অসমীয়া কবিতা Read New Assamese Poem

নমস্কাৰ, আজি আপোনালোকৰ বাবে আগঢ়াইছো দুগৰাকী নতুন কবিৰ কবিতা । ১/দেউতা~দেউতা এনে এজন মানুহ, যি মোক হাঁহিবৰ  বাবে নিজৰ দুখবোৰলুকুৱাই ৰাখে। দেউতা এনে এজন মানুহ, যিজন মোৰ প্ৰথম আৰু প্ৰিয় নায়ক। দেউতা এনে এজন মানুহ, যিজনৰ  দুচকুত মোৰ সফলতাৰ সুখৰচকুলো বিৰিঙে। দেউতা...
Share:

10.13.2020

Ashanta Electron(অশান্ত ইলেক্ট্ৰন) Assamese Short Story by Saurav Kumar Chaliha

অশান্ত ইলেকট্ৰনলেখক - সৌৰভ কুমাৰ চলিহাৰাতিপুৱা ৰবীন্দ্ৰ-সংগীতৰ সুৰত নিখিলৰ টোপনি ভাগিল৷ এটি আগেয়ে নুশুনা গান৷ কাণ দুখন অলপ সজাগ কৰি তাৰ কথাবোৰ বুজিবৰ সি এবাৰ ব্যৰ্থ চেষ্টা কৰিলে৷ চকু মেলি সি দেখিলে কোঠাত তাৰ স্বছ পোহৰ৷ খিৰিকিৰ ফুটাৰ ভিতৰেৰে বাহিৰৰ সূৰ্য্য-ৰশ্মি ভিতৰলৈ এটা সৰু ৰেখাৰে সোমাই আহিছে,...
Share:

10.12.2020

Prithivir Oxukh ( পৃথিৱীৰ অসুখ ) - An Academy Award Winning Assamese Short Story Collection By Jogesh Das

Book Description Name - Prithivir Oxukh ( পৃথিৱীৰ অসুখ )Author - Jogesh DasCategory - Short StoriesFormat - PDFSize - 15.6 MBPreview-এইবাৰ আপোনালোকলৈ আগবঢ়াইছো যোগেশ দাসৰ সাহিত্য অকাডেমি  বঁটা প্ৰাপ্ত গল্পসংকলন "পৃথিৱীৰ অসুখ" । ১৬ টা গল্পৰে সমৃদ্ধ এই গ্ৰন্থখনৰ বাবে তেখেতে ১৯৮০ চনৰ সাহিত্য...
Share:

10.11.2020

NEET ৰ RESULT কেনেকৈ চাব NEET 2020 RESULT

 নমস্কাৰ বন্ধু-বান্ধৱীসকল আশাকৰোঁ সকলো ভালে আছে ! এইবাৰ এই ব্লগৰ বিষয়বস্তুৰ পৰা আঁতৰি আন এটা বিষয় লৈ আহিছোঁ।  এই কথা আমি সকলোৱে গম পাঁও যে কৰণাৰ ভয়াবহ পৰিস্থিতিৰ মাজতো ভাৰতৰ চিকিৎসা মহাবিদ্যালয় সমূহত নাম ভৰ্তিৰ বাবে NEET ২০২০ পৰীক্ষা অনুষ্ঠিত হৈ যায় আৰু শিক্ষাৰ্থীসকলেও কৰণাৰ পৰিস্থিতিতো...
Share:

10.05.2020

এশ বছৰৰ অসমীয়া কবিতা

নমস্কাৰ, কিছু বিৰতিৰ পিছত কিতাপ ছিৰিজত আগবঢ়াইছো অসমীয়া কবিতাৰ এখন গুৰুত্বপূৰ্ণ কিতাপ । আশাকৰো পঢ়ি ভাল পাব ।কিতাপৰ নাম - এশ বছৰৰ অসমীয়া কবিতাবিষয় -  ১৮৮৯ চনৰ পৰা ধৰি ১০০ বছৰৰ সময়সীমাত  ৰচিত অসমীয়া উল্লেখযোগ্য প্ৰায় সকলো কবিৰে কবিতা ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে । সম্পাদক  - হোমেন...
Share: