10.11.2020

NEET ৰ RESULT কেনেকৈ চাব NEET 2020 RESULT



 নমস্কাৰ বন্ধু-বান্ধৱীসকল আশাকৰোঁ সকলো ভালে আছে ! এইবাৰ এই ব্লগৰ বিষয়বস্তুৰ পৰা আঁতৰি আন এটা বিষয় লৈ আহিছোঁ। 

 এই কথা আমি সকলোৱে গম পাঁও যে কৰণাৰ ভয়াবহ পৰিস্থিতিৰ মাজতো ভাৰতৰ চিকিৎসা মহাবিদ্যালয় সমূহত নাম ভৰ্তিৰ বাবে NEET ২০২০ পৰীক্ষা অনুষ্ঠিত হৈ যায় আৰু শিক্ষাৰ্থীসকলেও কৰণাৰ পৰিস্থিতিতো যিমান পাৰে নিয়ম মানি ধৈৰ্যৰে পৰীক্ষাটো দিয়ে ।

শেহতীয়া খবৰ অনুসৰি সেই পৰীক্ষাৰ ফলাফল ১২ অক্টোবৰ অৰ্থাৎ কাইলৈ দিয়াৰ সম্ভাৱনা আছে আৰু পৰীক্ষা অনুষ্ঠিত কৰা বৰ্ডেও অনানুষ্ঠানিক ভাবে এই কথাৰে ইংগিত দিছে । পৰীক্ষাৰ ৰিজাল্ট কাইলৈ ঘোষণা কৰিলে আপুনি যদিহে পৰীক্ষাৰ্থী তেন্তে দিয়া তলত দিয়া লিংকটত গৈ ৰিজাল্ট চাব পাৰিব 


লিংক - 


                 NEET RESULT



তাত গৈ আপুনি RESULT ত ক্লিক কৰিব আৰু আপোনাৰ ৰোল নং বা ৰেজিষ্ট্ৰেচন নং যি লাগে দিব ।তাৰপিছত ডাউনলোড ৰিজাল্টত গৈ আপোনাৰ SCORE CARD খন ডাউনলোড কৰি ল'ব আৰু Counseling ৰ সময়ত ইয়ে আপোনাৰ কামত দিব ।

ৰিজাল্ট পাবলগীয়া সকলোলৈকে শুভেচ্ছা যাচিলোঁ।

ধন্যবাদ ।  

NEET Results 2020 , NEET Exam 

#Result # NTA

*UPDATE- শেহতীয়া খবৰ অনুসৰি NEET ৰ ৰিজাল্ট ১৬ তাৰিখে ঘোষণা হ'ব ।



Share:

0 Comments:

Post a Comment

আপোনাৰ মন্তব্য দিয়ক