10.05.2020

ৰৌদ্ৰকামনা হীৰেন ভট্টাচাৰ্যৰ কবিতা


ৰৌদ্ৰকামনা          কবি - হীৰেন ভট্টাচাৰ্য 

উজাগৰ ৰাতি 
সপোন দেখিছোঁ মই
ফুল-আলসুৱা তোমাৰ মুখৰ
শইচ-সোনালী হাঁহি ।

অযুত তৰাৰ ঘুমটি ভাঙি 
যেন সূৰ্য আহিছে নামি ! 





এনে আৰু কবিতাৰ বাবে ব্লগটো Subscribe কৰি ল'বলৈ নাপাহৰিব , ধন্যবাদ ।
 
Share:

0 Comments:

Post a Comment

আপোনাৰ মন্তব্য দিয়ক