10.05.2020

তেজৰ আখৰেৰে হীৰেন ভট্টাচাৰ্যৰ কবিতা


তেজৰ আখৰেৰে
    কবি- হীৰেন ভট্টাচাৰ্য

"ইমান অলপতে বিচলিত হ'লে 
তোমাৰ বাৰু কেনেকৈ চলে?"
শিলুৱা এন্ধাৰে মোক এই বুলি ক'লে ।

কবি মই নাছিলো কোনোকালে
ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ
সত্যক সহজে ল'বলৈ শিকালে ।

কবি মই নাছিলো কোনোকালে ।

Share:

0 Comments:

Post a Comment

আপোনাৰ মন্তব্য দিয়ক