নমস্কাৰ, কিছু বিৰতিৰ পিছত কিতাপ ছিৰিজত আগবঢ়াইছো অসমীয়া কবিতাৰ এখন গুৰুত্বপূৰ্ণ কিতাপ । আশাকৰো পঢ়ি ভাল পাব ।
কিতাপৰ নাম - এশ বছৰৰ অসমীয়া কবিতা
বিষয় - ১৮৮৯ চনৰ পৰা ধৰি ১০০ বছৰৰ সময়সীমাত ৰচিত অসমীয়া উল্লেখযোগ্য প্ৰায় সকলো কবিৰে কবিতা ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে ।
সম্পাদক - হোমেন বৰগোহাঞি
ডাউনলোড - ইয়াত ক্লিক কৰক
#কিতাপ সম্পৰ্কীয় কিবা ওজৰ আপত্তি থাকিলে Contact form অথবা Comment ৰ জৰিয়তে জনাব।
Dhonyobad.aru keikhon man dibosun kobitar
ReplyDeleteনিশ্চয়,সাবস্ক্রাইব কৰি ৰাখক ব্লগটো ।
Deleteধন্যবাদ
ReplyDelete